ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মুম্বাইৰ বান্দ্ৰা-কুলা কমপ্লেক্স গ্রাউণ্ডত আই এন ডি আই মিত্রজোঁটৰ সমাবেশৰ আয়োজন

মুম্বাইৰ বান্দ্ৰা-কুলা কমপ্লেক্স গ্রাউণ্ডত আই এন ডি আই মিত্রজোঁটে আজি সমাবেশৰ আয়োজন কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, এন চি পিৰ জ্যেষ্ঠ নেতা শাৰদ পাৱাৰ, উদ্ধৱ থাকৰে আৰু আই এন ডি আই মিত্ৰজোঁটৰ আন আন নেতাসকলেও এই সমাবেশত অংশ ল’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।