ডাউনলোড
মোবাইল এপ

android apple
signal

June 14, 2025 8:40 PM | Cricket

printer

লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়া ৫ উইকেটত পৰাস্ত

দক্ষিণ আফ্রিকাই লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰি ২৭ বছৰত প্ৰথমটো আই চি চি খিতাপ অর্জন কৰিছে। আফ্ৰিকাই ২৮২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি এইডেন মার্কৰামৰ দৰ্শনিয় শতক আৰু আঘাটৰ সমস্যাত জৰ্জৰিত অধিনায়ক টেম্বা বাভুমাৰ অৰ্ধ শতকৰ সহায়ত আজি খেলৰ চতুৰ্থ দিনা ৫ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দক্ষিণ আফ্ৰিকাৰ হৈ কাগিছো ৰাবাডাই খেলখনত ৯ টা উইকেট দখল কৰে ।

অধিক পঢ়ক

সকলো চাওক