November 4, 2025 8:08 PM | ICC Cricket

printer

জেমিমা ৰদ্রিগছ আৰু দীপ্তি শর্মাৰ আই চি চি মহিলা ক্রিকেটৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত উন্নত স্থান লাভ

দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ঐতিহাসিক বিশ্বকাপ জয়ৰ পাছত খেলখনত দেখুওৱা অনবদ্য প্ৰদৰ্শনৰ বাবে ভাৰতৰ জেমিমা ৰদ্রিগছ আৰু দীপ্তি শর্মাই আই চি চি মহিলা ক্রিকেটৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত উন্নত স্থান লাভ কৰিছে। অস্ট্রেলিয়াৰ বিৰুদ্ধে খেলা ছেমি ফাইনেলত শতক অৰ্জন কৰাৰ পাছত জেমিমাই প্ৰথমবাৰৰ বাবে শীৰ্ষৰ ১০ গৰাকী বেটাৰৰ ভিতৰত স্থান লাভ কৰিছে। আনহাতে, দীপ্তি শর্মাই নক-আউট পর্য্যায়ত দেখুওৱা অনবদ্য প্ৰদৰ্শনৰ বাবে অল ৰাউণণ্ডাৰ্ছৰ ভিতৰত চতুর্থ স্থানলৈ উন্নীত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।