হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ আদালতৰ চৌহদত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হৈছে। এই আদালতৰ জৰিয়তে ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা সম্পৰ্কীয়, ন্যায়াধীকৰণ, ৰাজহ সম্পৰ্কীয় গোচৰকে ধৰি ন্যায়িক আদালতত আপোচযোগ্য বিভিন্ন গোচৰৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে ।
Site Admin | December 13, 2025 9:29 PM | hojai lokadalot
হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ৰাষ্ট্ৰীয় লোক আদালত