ডাউনলোড
মোবাইল এপ

android apple
signal

March 21, 2025 8:03 PM | Hojai

printer

হোজাইৰ কাকী ডিমৰু পথাৰ সমন্বয় ক্ষেত্ৰত ডিমৰু মহোৎসৱ আৰম্ভ

হোজাইৰ কাকী ডিমৰু পথাৰ সমন্বয় ক্ষেত্ৰত আজি ডিমৰু মহোৎসৱ আৰম্ভ হৈছে। ডিমৰু অঞ্চলৰ জনগোষ্ঠীসমূহৰ কলা-সংস্কৃতিৰ প্ৰদৰ্শনেৰে আৰম্ভ হোৱা ডিমৰু মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মূল তোৰণ আৰু বাণিজ্য মেলাৰ দ্বাৰ মুকলি কৰা হয়। কাকী বনাঞ্চলত ২৩ টা জাতি-জনগোষ্ঠী সমন্বয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত ডিমৰু মহোৎসৱত কৃষ্টি-সংস্কৃতি, থলুৱা খাদ্য সম্ভাৰ প্ৰদৰ্শনৰ লগতে বাণিজ্য মেলা আৰু মুকলি সভাৰো আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।