ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 3, 2025 8:28 PM | Hockey

printer

ৰাজগীৰত পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ

বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হৈছে। ভাৰত আজি ছুপাৰ ফ’ৰ পৰ্যায়ৰ প্ৰথমখন খেলত কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে আজি বিয়লি অনুষ্ঠিত এখন খেলত জাপানে চাইনিছ টাইপেইক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। জাপানে খেলখনৰ আৰম্ভণিৰ পৰাই সুন্দৰ প্রদর্শনেৰে দুটাকৈ গ’লেৰে নিজৰ আধিপত্য বজাই ৰাখে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।