ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 19, 2024 8:18 PM | Hockey

printer

ভাৰত মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতে মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি বিহাৰৰ ৰাজগিৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত জাপানক ২-০ গলত পৰাস্ত কৰে । ইয়াৰ পূৰ্বে চীনে মালয়েছিয়াক ৩-১ গলত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। মালয়েছিয়া কাইলৈ দিনৰ দুই বাজি ১৫ মিনিটত ব্ৰঞ্জৰ পদকৰ খেলত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।