ডাউনলোড
মোবাইল এপ

android apple
signal

September 5, 2025 12:12 PM | Harmeet singh

printer

অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙ কালি বৰাকত উপস্থিত

দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙে কালি বৰাকত উপস্থিত হৈ বদৰপুৰ থানাত শ্ৰীভূমি আৰু হাইলাকান্দি জিলা আৰক্ষীৰ যৌথ পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। সঞ্চালক প্ৰধানগৰাকীয়ে জিলাদুখনৰ আৰক্ষী জোৱানক কাৰ্যক্ষমতা আৰু বিভিন্ন সমস্যাৰ বিষয়ে বুজ লোৱাৰ লগতে জিলা দুখনৰ অপৰাধ আৰু নিৰাপত্তাজনিত বিষয়ৰ সন্দৰ্ভতো আলোচনা কৰে। অসম আৰক্ষী জনসেৱা আৰু সুৰক্ষাৰ স্বাৰ্থত সষ্টম বুলি সভাৰ অন্তত তেওঁ প্ৰকাশ কৰে ।

আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে আজি কাছাৰ জিলাত আৰক্ষীৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত অংশ ল’ব।