ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কৌস্তভ গগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন লোক অধিবক্তা নিযুক্তি

চৰকাৰৰ ন্যায়িক বিভাগে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন লোক অধিবক্তা হিচাপে কৌস্তভ গগৈক নিযুক্তি দিছে আৰু জয়ন্ত চুতীয়াক অতিৰিক্ত লোক অধিবক্তাৰ দায়িত্ব প্ৰদান কৰিছে। উল্লেখযোগ্য যে পূৰ্বৰ লোক অধিবক্তা মাখন ফুকনক কিছুদিন পূৰ্বে চৰকাৰে প্ৰচিকিউচন সঞ্চাকালয়ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াত উচ্চ ন্যায়ালয়ৰ লোক অধিবক্তাৰ পদ খালী হৈ আছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।