ডাউনলোড
মোবাইল এপ

android apple
signal

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনত ৰাজহুৱা উদ্যোগ বিভাগৰ সৌজন্যত গুৱাহাটীত Industry 4.0 শীর্ষক কর্মশালা

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনৰ ৰাজহুৱা উদ্যোগ বিভাগৰ সৌজন্যত আজি গুৱাহাটীত Industry 4.0 শীর্ষক এখন কর্মশালা অনুষ্ঠিত হয়। নুমলিগড় শোধনাগাৰ লিমিটেডৰ সহযোগত আয়োজিত এই কর্মশালাত নতুন আৰু অত্যাধুনিক প্রযুক্তিক কিদৰে আদৰি ল’ব পাৰি আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে ইয়াৰ সুফল কেনেদৰে লাভ কৰিব পাৰে সেই বিষয়ে অৱগত কৰোৱা হয় । এই কৰ্মশালাত অংশ লোৱাৰ পাছত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনত ৰাজহুৱা উদ্যোগ বিভাগৰ সচিব কে মছেচ চালায়ে আকাশবাণীৰ প্ৰতিনিধিৰ আগত কয়, যে কৃত্রিম বুদ্ধিমত্তা, ৰৱটিক্স, আই অ’ টি, থ্রিডি পেইন্টিং আদিয়ে অনা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ প্ৰযুক্তিগত উন্নয়নে আমাক সামৰ্থ কৰি তুলিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।