ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দুটা কিস্তিত ধন পৰিষোধৰ ব্যৱস্থা গুৱাহাটী পৌৰ নিগমৰ

গুৱাহাটী পৌৰ নিগমে তিনি বছৰতকৈ অধিক সময় ধৰি সম্পত্তি কৰ আদায় নিদিয়াসকলৰ বাবে দুটা কিস্তিত ধন পৰিষোধৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি তিনি বছৰতকৈ অধিক সময় ধৰি কৰ আদায় নিদিয়াসকলে সম্পত্তি কৰৰ মুঠ পৰিমাণৰ ৫০ শতাংশ কৰ কাইলৈ, পৰহিলৈ আৰু ৩১ মাৰ্চ অৰ্থাৎ সোমবাৰে নিগমৰ উজান বজাৰৰ কাৰ্যালয়ত জমা দিব পাৰিব। বাকী থকা ৫০ শতাংশ কৰ এপ্ৰিল, মে’ আৰু জুনৰ ভিতৰত জৰিমনাসহ দিব পাৰিব বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিয়ে।

 

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।