গুৱাহাটীৰ আই এছ বি টিত ৭০ লাখ টকাৰ জালনোটসহ এজনক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰ আৰক্ষীয়ে আজি পুৱা আই এছ বি টিত অভিযান চলাই ৭০ লাখ টকাৰ জালনোট উদ্ধাৰ কৰে। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত ধেমাজিৰ গোগামুখৰ হাফিজ আলী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। লোকজনে বান্দৰদেৱাৰ পৰা নৈশ বাছেৰে জালনোটখিনি গুৱাহাটীলৈ আনিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।