ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শিলচৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰম, ৰেডক্ৰছ ছ’চাইটিৰ শাখা পৰিদৰ্শন

দুদিনীয়া ভ্ৰমণসূচীৰে শিলচৰলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ৰামকৃষ্ণ মিছন সেৱা শ্ৰম পৰিদৰ্শন কৰাৰ লগতে ৰেডক্ৰছ ছ’চাইটিৰ শিলচৰ শাখা পৰিদৰ্শন কৰে। ৰাজ্যপালগৰাকীয়ে ৰেডক্ৰছ ছ’চাইটিত গছপুলি ৰোপণ কৰাৰ উপৰি এটা ৰক্তদান শিবিৰ মুকলি কৰে। তেওঁ সংগঠনটোৰ নিঃস্বাৰ্থ সেৱাৰ প্ৰশংসা কৰি অনাগত দিনটো আৰ্তজনৰ প্ৰতি এই সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়। শ্ৰী আচাৰ্যই কালি কাছাৰ জিলাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতি পর্যালোচনা কৰি সন্তুষ্টি প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।