ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 14, 2025 6:38 PM | Goalpara

printer

গোৱালপাৰা জিলাৰ ৰাংচাপাৰাত ১ জুলাইৰ পৰা স্বচ্ছতা পষেক অনুষ্ঠিত

ৰাজ্যৰ প্ৰথম আৰু শ্ৰেষ্ঠ পৰিষ্কাৰ গাঁও গোৱালপাৰা জিলাৰ ৰাংচাপাৰাত বঙাইগাঁও শোধনাগাৰৰ এটা দলে যোৱা ১ জুলাইৰ পৰা স্বচ্ছতা পষেক অনুষ্ঠিত কৰিছে। পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ বাবে এই অভিযানৰ আয়োজন কৰা হৈছে। আজি বঙাইগাঁও শোধনাগাৰৰ দুগৰাকী বিষয়াসহ কৰ্মচাৰীৰ এটা দলে গাঁওখনত উপস্থিত হৈ সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে গাঁওখন চাফ-চিকুণ কৰাত সহায় হোৱাকৈ বিভিন্ন সামগ্ৰী প্ৰদান কৰে।

 

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।