November 20, 2025 12:50 PM | goa iffi

printer

আজিৰে পৰা গোৱাত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI অনুষ্ঠিত

গোৱাত আজিৰে পৰা ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI অনুষ্ঠিত হব। এইবাৰো এই মহোৎসবে ইউনিচেফৰ সহযোগিতাত কাহিনীৰ জৰিয়তে শৈশৱৰ বিভিন্ন দিশ উদযাপন কৰিব। এখন চৰকাৰী বিজ্ঞপ্তি অনুসৰি এইবাৰৰ এই মহোৎসৱত বিশ্বৰ বিভিন্ন প্রান্তৰ ৫ খন ব্যতিক্রমী চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মহোৎসৱত ৮০ খনতকৈও অধিক দেশৰ অতিথি আৰু চলচ্চিত্র নির্মাতাসকলে অংশগ্রহণ কৰিব। এইবাৰ দেশ-বিদেশৰ ২৭০ খনতকৈও অধিক চলচ্চিত্র প্রদর্শন কৰা হব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।