লেখিকা, অভিনেত্রী, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ প্ৰাক্তন ঘোষক গীতালি বৰুৱাৰ মৃত্যু

ধুবুৰীৰ বিলাসীপাৰা নিবাসী লেখিকা, অভিনেত্রী তথা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ প্ৰাক্তন ঘোষক গীতালি বৰুৱাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদক্রিয়া বন্ধ হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২ বছৰ। অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰা লেখিকাগৰাকীৰ মৃত্যুত বিলাসীপাৰাত শোকৰ ছাঁ পৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।