ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 29, 2025 7:40 PM | Guwahati University

printer

গুৱাহাটী বিশ্ববিদ্যালয়ত দ্বিতীয় নিৰু হাজৰিকা সোঁৱৰণি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত দ্বিতীয় নিৰু হাজৰিকা সোঁৱৰণি তৰ্ক প্ৰতিযোগিতাত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় প্রথম শ্রেষ্ঠ দল, এন ই এফ লকলেজ দ্বিতীয় শ্ৰেষ্ঠ দল আৰু গুৱাহাটী বিশ্ববিদ্যালয় তৃতীয় শ্রেষ্ঠ দল হিচাপে বিবেচিত হৈছে। এন ই এফ কলেজৰ কুলদীপ ভট্টাচাৰ্য শ্রেষ্ঠ তার্কিকৰ খিতাপ অৰ্জন কৰিছে। একেদৰে আই আই টি গুৱাহাটীৰ আৰু মায়ম থামে – জুৰিৰ বিশেষ বঁটা লাভ কৰিছে। অধ্যাপক অখিল ৰঞ্জন দত্ত অধ্যক্ষ হিচাপে থকা তর্ক প্রতিযোগিতাখনত জ্যেষ্ঠ অধিবক্তা উমি ডেকা বৰুৱা, আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰ আৰু টিংকু চৌধুৰী বিচাৰক হিচাপে থাকে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।