মহিলাৰ এফ আই এইচ হকী প্র’-লীগ প্রতিযোগিতাত আজি ভাৰত-আৰ্জেণ্টিনা মুখামুখি

মহিলাৰ এফ আই এইচ হকী প্র’-লীগ প্রতিযোগিতাত ভাৰত আজি আৰু কাইলৈ লণ্ডনৰ লি ভেলী হকী আৰু টেনিছ কেন্দ্ৰত আৰ্জেণ্টিনাৰ মুখামুখি হ’ব। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত ভাৰতীয় দলটোৱে বিশ্বক্ৰমৰ দ্বিতীয় স্থানৰ আৰ্জেণ্টিনাৰ বিৰুদ্ধে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ প্ৰয়াস চলাব। প্রতিযোগিতাত এইপর্যন্ত ভাৰতে মুঠ ৯ পইণ্ট অৰ্জন কৰি পইণ্ট তালিকাৰ সপ্তম স্থানত আছে। ইপিনে আর্জেণ্টিনা সম্প্ৰতি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।