ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা তৃতীয় দিনৰ বাবেও বন্ধ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজি তৃতীয় দিনৰ বাবেও বন্ধ হৈ আছে। জলপৃষ্ঠ বৃদ্ধি পোৱাত ফেৰী ঘাটৰ ৰেম্প বুৰ যোৱাৰ পৰিপ্ৰেক্ষিতত অভ্যন্তৰীণ জলপৰিবহণ বিভাগে ৰেম্প মেৰামতি নোহোৱা পৰ্যন্ত ফেৰী চলাচল বন্ধ কৰিছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত ফেৰী সেৱা বন্ধ হৈ থাকিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।