চৰকাৰে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ সৈতে জড়িত বুলি দাবী কৰা এটা ভুৱা ৱেবছাইট চিনাক্ত কৰিছে। এই ৱেবছাইটোৰ জৰিয়তে চৰকাৰী চাকৰি প্ৰদানৰ দাবী কৰা হৈছিল আৰু পঞ্জীয়ন মাচুল হিচাপে ৪৩৫ টকা বিচৰা হৈছিল। পি আই বিৰ তথ্য সত্যাসত্য শাখাই কৈছে যে এই ৱেবছাইটোৰ চৰকাৰৰ সৈতে কোনো সম্পর্ক নাই। socialjustice.gov.in সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ আনুষ্ঠানিক ৱেবচাইট বুলি উল্লেখ কৰা হৈছে।
Assamese | June 15, 2024 9:33 PM | fake government website
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ সৈতে জড়িত বুলি দাবী কৰা ভুৱা ৱেবছাইট চিনাক্ত চৰকাৰৰ