ডাউনলোড
মোবাইল এপ

android apple
signal

নিৰ্বাচনৰ প্রয়োজনীয় নীতি-নিয়ম মানি নচলাৰ বাবে পঞ্জীয়নকৃত ৩৪৫টা অস্বীকৃত ৰাজনৈতিক দলৰ বাতিলকৰণ প্ৰক্ৰিয়া আৰম্ভ

নির্বাচন আয়োগে পঞ্জীয়নকৃত ৩৪৫ টা অস্বীকৃত ৰাজনৈতিক দলক প্রয়োজনীয় নীতি-নিয়ম মানি নচলাৰ বাবে বাতিল কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ২০১৯ চনৰ পৰা লোকসভা তথা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাৰ নির্বাচন তথা উপ-নির্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি এই দলসমূহৰ অৱস্থিতিৰ সবিশেষ তথ্য নাই বুলি নির্বাচন আয়োগে অৱগত কৰিছে।

অধিক পঢ়ক

সকলো চাওক