সামাজিক মাধ্যমে অনা পৰিৱৰ্তন আৰু সমাজ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত এটি বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। সমাজকর্মী অৰ্চনা বৰঠাকুৰ আৰু অধিবক্তা নন্দিতা তালুকদাৰে এই অনুষ্ঠানত অংশ ল’ব। অনুষ্ঠানটোৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।
Site Admin | October 4, 2025 12:56 PM | Dristripaat
সামাজিক মাধ্যমে অনা পৰিৱৰ্তন আৰু সমাজ সন্দৰ্ভত আকাশবাণীৰ আজি বিশেষ দৃষ্টিপাত অনুষ্ঠান