ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

থাইলেণ্ডৰ বিদেশ মন্ত্ৰী মাছি ছাংগিয়ামপংছাৰ সৈতে ড° এছ জয়শংকৰৰ বৈঠক

● বিদেশ পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কালি দিল্লীত থাইলেণ্ডৰ বিদেশ মন্ত্ৰী মাছি ছাংগিয়ামপংছাৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে ৰাজনৈতিক, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ, ভৌতিক আৰু আৰ্থিক সংযোগ, পর্যটন আদি ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে ড° জয়শংকৰে কয় যে তেওঁলোকে আঞ্চলিক, ভাৰত-আছিয়ান, ভাৰত-প্রশান্ত মহাসাগৰীয় আৰু ৰাষ্ট্ৰসংঘত সহযোগিতা আদি বিষয় সম্পৰ্কেও মত-বিনিময় কৰে ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।