ডাঃ দিলীপ কুমাৰ মেধিক চাকৰিৰ পৰা নিলম্বন

গুৱাহাটীৰ পাঞ্জাবাৰী শ্বহীদ যাদৱ নাথ হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ দিলীপ কুমাৰ মেধিক ধনৰ বিনিময়ত ছাত্ৰক পৰীক্ষাগৃহলৈ মোবাইল ফোন ব্যৱহাৰৰ অনুমতি দিয়াৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰিছে। অসম চৰকাৰৰ চিকিৎসা আৰু শিক্ষা গৱেষণা বিভাগে প্ৰকাশ কৰা জাননীত ডাঃ মেধিক তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ নিলম্বন কৰাৰ লগতে নিলম্বনৰ সময়ছোৱাত লিখিত অনুমতি নোলোৱাকৈ গুৱাহাটী এৰিব নোৱাৰিব বুলি কোৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।