ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যিক বিজেপিৰ কেইবাখনো মৰ্চাৰ নতুন সভাপতি নিযুক্তি

ৰাজ্যিক বিজেপিৰ কেইবাখনো মৰ্চাৰ নতুন সভাপতি নিযুক্তি দিয়া হৈছে। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি নীলিমা দেৱীক মহিলা মৰ্চা, ৰাকেশ দাসক যুৱ মৰ্চা, সুভাষ দত্তক অ বি চি মৰ্চা, নৱাৰুণ মেধিক অনুসূচীত জাতি মৰ্চা, হৰেন সিং বেক অনুসূচীত জনজাতি মৰ্চা, পংকজ বৰবৰাক কিষাণ মৰ্চা, শান্তিউছ কুজুৰক সংখ্যালঘূ মৰ্চা আৰু দুলেন নায়কক দলৰ চাহ সম্প্রদায় মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।