ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 10, 2024 12:43 PM | Digboi

printer

ডিগবৈ মহাবিদ্যালয়ক স্বতন্ত্ৰ মহাবিদ্যালয়ৰ মৰ্যাদা প্ৰদান

তিনিচুকীয়া জিলাৰ ডিগবৈ মহাবিদ্যালয়ক স্বতন্ত্ৰ মহাবিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰা হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগে কালি এখন জাননীযোগে এই কথা প্রকাশ কৰিছে। শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এই স্বীকৃতি লাভৰ বাবে মহাবিদ্যালয় কর্তৃপক্ষক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ অন্তৰ্ভুক্ত হোৱা ডিগবৈ মহাবিদ্যালয়ক সামৰি বৰ্তমানলৈকে ৰাজ্যৰ ১২ খন মহাবিদ্যালয়ে স্বতন্ত্র মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।