June 6, 2025 1:05 PM | Dibrugarh

printer

ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সকলো হিতাধিকাৰীক তিনি মাহৰ আৱণ্টিত চাউল বিতৰণ প্ৰক্ৰিয়া অব্যাহত

ডিব্ৰুগড় জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰীৰ মাজত জুন, জুলাই আৰু আগষ্ট মাহৰ আৱণ্টিত চাউল বিতৰণ প্ৰক্ৰিয়া অব্যাহত আছে। ডিব্ৰুগড়ৰ ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে আৱণ্টিত চাউল বিতৰণ নিশ্চত কৰিবলৈ খোৱাং, দুলীয়াজান আৰু নাহৰকটীয়া সম-জিলাৰ সুলভ মূলৰ দোকানসমূহ পৰিদৰ্শন কৰিছে। জিলাখনৰ এহেজাৰ ৫৫২ গৰাকী সুলভ মূল্যৰ দোকানৰ এজেণ্টৰ জৰিয়তে ৫৯ দশমিক ৩-৮ শতাংশ হিতাধিকাৰীৰ মাজত ই-প’ছ যোগে ইতিমধ্যে চাউল বিতৰণ কৰা হৈছে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।