ডাউনলোড
মোবাইল এপ

android apple
signal

ধেমাজিত কাইলৈৰ পৰা তিনিদিনীয়াকৈ সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশন

ধেমাজিত কাইলৈৰ পৰা সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। ২০১৭ চনত ডিব্ৰুগড়ত গঠন হোৱা সোণোৱাল কছাৰী সাহিত্য সভাই জনগোষ্ঠীটোৰ সমাজ, ভাষা-সংস্কৃতিকে ধৰি বিভিন্ন দিশত উত্তৰণৰ বাবে প্ৰয়াস কৰি আহিছে। অধিৱেশনৰ অংশ হিচাপে সোণোৱাল কছাৰী সকলৰ পৰম্পৰাগত গৃহ উদ্বোধন, গ্ৰন্থ উন্মোচন, প্ৰদৰ্শনী আৰু খাদ্য মেলা উদ্বোধন, সাহিত্য প্রতিযোগিতা, আলোচনা-চক্রকে ধৰি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক