June 7, 2025 7:18 PM | Dhemaji

printer

ধেমাজি জিলা কবি সন্মিলনৰ উদ্যোগত কেন্দ্ৰীয় অনুষ্ঠান কাব্যনন্দিনী অনুষ্ঠিত

ধেমাজি জিলা কবি সন্মিলনৰ উদ্যোগত দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান কাব্যনন্দিনী অনুষ্ঠিত কৰে। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডেৰ কুৰিতকৈও অধিক প্রতিষ্ঠিত কবিয়ে স্বৰচিত কবিতা পাঠ কৰে ।