নতুন দিল্লীত আজিৰে পৰা প্ৰতিৰক্ষা সহযোগিতা দিৱস

সশস্ত্র বাহিনী আৰু প্ৰতিৰক্ষা উদ্যোগৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে আজিৰে পৰা নতুন দিল্লীত প্ৰতিৰক্ষা সহযোগিতা দিৱসৰ আয়োজন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত কয়, যে এই দুদিনীয়া অনুষ্ঠানটো চৰকাৰ আৰু ব্যৱসায়িক সহযোগীসকলৰ সংযোগ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে। মন্ত্ৰালয়ে জনোৱা অনুসৰি, প্ৰযুক্তি আৰু ক্ৰয়ৰ সৈতে জড়িত দুশৰো অধিক কোম্পানী আৰু মন্ত্ৰালয় তথা সশস্ত্র বাহিনীৰ এশগৰাকী বিষয়াই এই অনুষ্ঠানত অংশগ্রহণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।