গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ ভিতৰত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ সৰ্বাধিক বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ প্ৰকাশ

◊ বিজেপিয়ে কৈছে যে গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ ভিতৰত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ সৰ্বাধিক বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে প্ৰকাশ কৰা শেহতীয়া পূৰ্বানুমানৰ পৰা দেশৰ অৰ্থনৈতিক প্রগতি শক্তিশালী আৰু সুস্থিৰ বুলি প্ৰমাণিত হৈছে। ইয়াৰ পৰা বিজেপি চৰকাৰৰ নীতি আৰু সংস্কাৰৰ সাৰ্থকতা প্ৰতিফলিত হৈছে বুলি দলে প্রকাশ কৰিছে। দলৰ ৰাষ্ট্ৰীয় মিডিয়া মুৰব্বী অনিল বলুনীয়ে এটা বিবৃতিযোগে কৈছে যে এই সাফল্য বিজেপিৰ উন্নত ভাৰতৰ ব্যাপক দৃষ্টিভংগীৰ সৈতে গভীৰভাৱে সমন্বয় স্থাপন কৰিছে। তেওঁ কয় যে ই অর্থনৈতিক সবলীকৰণৰ দিশত ভাৰতৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ ক্ষণক সূচায় আৰু বিকাশ অনুকূল বাতাবৰণ গঢ়ি তোলাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা সুদৃঢ় কৰি তোলে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।