প্রজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ দেশৰ পূৰ্বোত্তৰ খণ্ডৰ মুখ্য প্রশাসিকা ৰাজ যোগিনী ব্ৰহ্মকুমাৰী শীলা দিদিৰ মৃত্যু

প্রজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ দেশৰ পূৰ্বোত্তৰ খণ্ডৰ মুখ্য প্রশাসিকা ৰাজ যোগিনী ব্ৰহ্মকুমাৰী শীলা দিদিৰ আজি পুৱা আহমেদাবাদৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। তেওঁ দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বাংলাদেশকো সামৰি কমেও দুশটা ব্ৰহ্মকুমাৰী সেৱা কেন্দ্ৰৰ লগত জড়িত হৈ থকাৰ উপৰি সঞ্চালনাৰ দায়িত্বও পালন কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।