October 23, 2025 11:58 AM | Cricket

printer

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱর্তীণ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি ভাৰত আয়োজক দেশ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱর্তীণ হব। এডিলেইডত কিছুসময়ৰ পূৰ্বে আৰম্ভ হোৱা খেলখনত টছত জিকি ঘৰুৱা দল অষ্ট্ৰেলিয়াই প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে শৃংখলা ৰক্ষাৰ কাৰণে আজিৰ খেলখন ভাৰতৰ বাবে প্রত্যাহ্বানমূলক হব।

তিনিখনীয়া এই শৃংখলাৰ পাৰ্থত অনুষ্ঠিত প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ৭ উইকেটত জয়লাভ কৰি ইতিমধ্যে ১-০৩ অগ্রগতি লাভ কৰি আছে। খেলখনত অষ্ট্ৰেলিয়াই ২১ অভাৰ আৰু এটা বলতেই ভাৰতে নির্ধাৰণ কৰি দিয়া ১৩১ ৰানৰ বিজয় লক্ষ্য সহজেই অতিক্রম কৰে। এদিনীয়া শৃংখলা শেষ হোৱাৰ পাছতে দুয়োটা দলে ৫ খন টি-২০ খেলতো অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।