September 2, 2025 8:26 PM | Congress

printer

ভাৰতীয় ৰাষ্ট্ৰীয় বাণিজ্য সংঘ কংগ্রেছৰ ৰাজ্যিক পৰ্যায়ৰ বৈঠক অনুষ্ঠিত

ভাৰতীয় ৰাষ্ট্ৰীয় বাণিজ্য সংঘ কংগ্রেছ- আই এন টি ইউ চিৰ ৰাজ্যিক পৰ্যায়ৰ এখন বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হয়। এই বৈঠকত ৰমন্না বৰুৱাই সংস্থাটোৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁৰ লগতে চবনম চুলতানাই ৰাজ্যিক সভানেত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। এই অনুষ্ঠানত ৭৫ গৰাকী সক্ৰিয় সদস্য আৰু জ্যেষ্ঠ নেতা উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।