মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰত বিজেপিৰ এখন কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে জিলাখনত দলটোৰ কাৰ্যকৰ্তাসকলক তৃণমূল পৰ্যায়ৰ পৰা দলটোৰ সাংগাঠনিক ভেটি শক্তিশালী কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী অশোক সিংহলৰ লগতে ভালেসংখ্যক জ্যেষ্ঠ নেতা উপস্থিত থাকে।
Site Admin | July 7, 2025 1:36 PM | cm on kokrajhar meeting
কোকৰাঝাৰত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ