ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 4, 2025 7:12 PM | CM

printer

কেন্দ্ৰীয় চৰকাৰে জল-জীৱন আঁচনিৰ পৰীক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

কেন্দ্ৰীয় চৰকাৰে জল-জীৱন আঁচনিৰ পৰীক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। শোণিতপুৰত আজি জল-জীৱন আঁচনিৰ ঠিকাদাৰৰ আন্দোলন সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয়, যে যিসমূহ আঁচনিৰ কাম ভালদৰে হৈছে, তাৰ পুঁজি কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিব। কাম নহ’লে পুঁজি লাভ কৰাত অসুবিধা হ’ব বুলি ড° শৰ্মাই মন্তব্য কৰে। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে তৃতীয় পক্ষৰ দ্বাৰা আঁচনিসমূহৰ মূল্যায়ণ কৰি আছে ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।