May 29, 2025 12:40 PM | CM

printer

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰি সন্দেহযুক্ত বাংলাদেশীক গ্ৰেপ্তাৰ আৰু ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। তদুপৰি এই সাক্ষাতকালত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল আচাৰ্যক ৰাজ্যখনৰ উন্নয়ন আৰু অন্যান্য বিষয় সন্দৰ্ভতো অৱগত কৰায় ৷