ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 7, 2024 12:43 PM | CM

printer

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কেন্দ্ৰই পূৰ্বৰেপৰা জনজাতীয় মর্যাদা লাভ কৰা জনজাতিসমূহৰ অসুবিধা নোহোৱাকৈ পূৰ্বৰ চৰকাৰে বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱত সালসলনি কৰি নতুনকৈ প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। বৰ্তমান ৰাজ্য চৰকাৰে কেন্দ্ৰই বিচৰা ধৰণে প্ৰস্তাৱ প্ৰস্তুতৰ বাবে চিন্তা-চৰ্চা কৰিছে। এপ্রিল পর্যন্ত কোনো সমাধান সূত্র নোলালে পূৰ্বৰ চৰকাৰে লোৱা সিদ্ধান্ত সন্দৰ্ভত কংগ্ৰেছ দলৰ সৈতে আলোচনা কৰিব।