Social Media Links

  • Facebook logo ফেচবুক
  • Twitter logo টুইটাৰ
  • Instagram logo ইনষ্টাগ্ৰাম
  • YouTube logo ইউটিউব
  • WhatsApp logo হোৱাটছএপ

Newsonair

Government of India emblem
Filter Icon
to

ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio
Menu
 
  • নিউজ অন এয়াৰ
  • ৰাষ্ট্ৰীয়
  • আন্তৰ্জাতিক সংবাদ
  • আঞ্চলিক সংবাদ
  • ব্যৱসায়
  • খেল
  • বিবিধ
Close menu
  • শুনক বাতৰি
  • সন্ধ্যার খবর
মন কী বাত স্ক্ৰীণ ৰিডাৰৰ প্ৰৱেশ
  1. Home
  2. কাছাৰ জিলাৰ ৪ খন গাঁৱক বাল্যবিবাহ মুক্ত গাঁও হিচাপে ঘোষণা মুখ্যমন্ত্ৰীৰ

Site Admin | December 31, 2024 1:18 PM | CM twitter

printer

কাছাৰ জিলাৰ ৪ খন গাঁৱক বাল্যবিবাহ মুক্ত গাঁও হিচাপে ঘোষণা মুখ্যমন্ত্ৰীৰ

কাছাৰ জিলাৰ ৪ খন গাঁৱক বাল্যবিবাহ মুক্ত গাঁও হিচাপে ঘোষণা মুখ্যমন্ত্ৰীৰ

কাছাৰ জিলাৰ ৪ খন গাঁৱক বাল্যবিবাহ মুক্ত গাঁও হিচাপে ঘোষণা কৰাৰ কথা মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে প্রকাশ কৰিছে। সেই অনুসৰি জিলাখনৰ পালংঘাট উন্নয়ন খণ্ডৰ ৰুকি চতুর্থ খণ্ড গাঁও, কালাইন উন্নয়ন খণ্ডৰ অধীনৰ ভৈৰৱপুৰ প্ৰথম খণ্ড গাঁও, তাপাং উন্নয়ন খণ্ডৰ অধীনৰ ৰছকান্দি গ্রাণ্ট প্ৰথম আৰু দ্বিতীয় খণ্ড গাঁও বাল্য বিবাহমুক্ত হিচাপে ঘোষণা কৰা হৈছে। বেটি বাচাও, বেটি পঢ়াও আঁচনিৰ অধীনত গাঁও কেইখনক বাল্যবিবাহ মুক্ত বুলি ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা বাল্যবিবাহ বিৰোধী অভিযানৰ প্ৰসংগও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বেটি বাচাও, বেটি পঢ়াও আঁচনিৰ সমান্তৰালকৈ অসম চৰকাৰে গ্ৰহণ কৰা নিযুত মইনা আঁচনি আৰু অসম মুছলিম বিবাহ বাধ্যতামূলক পঞ্জীয়ন আইনে ৰাজ্যত বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰত অগ্রণী ভূমিকা লোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কাছাৰৰ ৪ খন গাঁৱক বাল্যবিবাহ মুক্ত ঘোষণা কৰাৰ কথাই আগন্তুক সময়ত ৰাজ্য চৰকাৰৰ বাল্য বিবাহ বিৰোধী অভিযানক অধিক গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে।

 

অধিক পঢ়ক
সকলো চাওক arrow-right
এই মাহৰ শেষভাগত গুৱাহাটী আৰু কলকাতাৰ মাজত বন্দে ভাৰত শ্লীপাৰ সেৱাৰ উদ্বোধন প্রধানমন্ত্রীৰ

6 hours আগতে

views 2

এই মাহৰ শেষভাগত গুৱাহাটী আৰু কলকাতাৰ মাজত বন্দে ভাৰত শ্লীপাৰ সেৱাৰ উদ্বোধন প্রধানমন্ত্রীৰ

ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত প্রশাসনৰ উচ্ছেদ

6 hours আগতে

views 2

ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত প্রশাসনৰ উচ্ছেদ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি

6 hours আগতে

views 2

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি

অম্বিকাগিৰি ৰায়চৌধুৰীৰ পূণ্যতিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

6 hours আগতে

views 2

অম্বিকাগিৰি ৰায়চৌধুৰীৰ পূণ্যতিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

আহমেদাবাদ আৰু মুম্বাই সংযোগী দেশৰ প্ৰথম বুলেট ট্রেইন ১৫ আগষ্ট, ২০২৭ ৰ পৰা চলাচলৰ সম্ভাৱনা

7 hours আগতে

views 1

আহমেদাবাদ আৰু মুম্বাই সংযোগী দেশৰ প্ৰথম বুলেট ট্রেইন ১৫ আগষ্ট, ২০২৭ ৰ পৰা চলাচলৰ সম্ভাৱনা

আমাৰ বিষয়ে

  • হিন্দীত নাগৰিক চাৰ্টাৰ
  • নাগৰিক চাৰ্টাৰ
  • সৰ্বভাৰতীয় ৰেডিঅ’ সংহিতা
  • বাতৰি সেৱা বিভাগ
  • সম্প্ৰচাৰ মাধ্যমৰ বাবে বাতৰি নীতি
  • মতামত
  • আভ্যন্তৰীণ অভিযোগ সমিতি
  • কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতনৰ সবিশেষ (প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ)
  • শী-বক্স
  • ছাইট মেপ

নতুন কি

  • নিবিদা
  • বিজ্ঞপ্তি
  • আৰ টি আইৰ উত্তৰ
  • আৰ টি আই
  • বাতৰিৰ সময়সূচী
  • খালী পদ
  • আমাৰ যোগাযোগ কৰক
  • আকাশবাণী বাৰ্ষিক বঁটা

সম্পৰ্কীয় চাইটসমূহ

  • আই এণ্ড বি মন্ত্ৰালয়
  • প্ৰেছ তথ্য ব্যুৰো
  • চিবিচি
  • ডি এ ভিনেচনেল পৰ্টেল অৱ ইণ্ডিয়াP

আঞ্চলিক এককসমূহৰ বিৱৰণ

  • আৰ এন ইউ
  • নন আৰ এন ইউ
  • পিটিচিৰ বিৱৰণ
  • পিটিচিৰ নিৰ্দেশনা

প্ৰসাৰ ভাৰতী

  • প্ৰসাৰ ভাৰতী
  • চুক্তিবদ্ধ নিয়োগৰ বাবে প্ৰসাৰ ভাৰতী নীতি
  • আকাশবাণী
  • ডি ডি নিউজ
  • প্ৰেছ ৰিলিজ

সামাজিক সংযোগ

  • Facebook logo
  • Twitter logo
  • Instagram logo
  • YouTube logo

গোপনীয়তা নীতি | কপিৰাইট © 2026 নিউজ অন আইআৰ। সকলো অধিকাৰ সংৰক্ষিত

শেষ আপডেট কৰা হৈছে: 2nd Jan 2026

Back to top