চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ আমন্ত্ৰণ মৰ্মে নেতাগৰাকী ভাৰতলৈ আহিব। ভ্ৰমণৰ সময়ছোৱাত চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰত-চীন সীমান্ত বিষয় বন্দৰ্ভত ভাৰতৰ বিশেষ প্রতিনিধি অজিত দোভালৰ সৈতে ২৪ সংখ্যক বিশেষ প্রতিনিধি আলোচনা বৈঠকত মিলিত হ’ব। ভাৰতৰ বৈদেশিক মন্ত্রী ড০ এছ জয়শংকৰে ৱাং ইৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়।
Site Admin | August 17, 2025 1:43 PM | Chinese Foreign Minister Wang Yi to Begin Two-Day Visit to India Tomorrow
চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ ভাৰতলৈ আহিব