January 2, 2026 11:52 AM | CGSE | Finance

printer

ভাৰতীয় অর্থনীতিত ৰপ্তানি এটা গুৰুত্বপূর্ণ স্তম্ভ বুলি বিত্তীয় সেৱা বিভাগৰ প্রকাশ

ভাৰতীয় অর্থনীতিত ৰপ্তানি এটা গুৰুত্বপূর্ণ স্তম্ভ বুলি বিত্তীয় সেৱা বিভাগে প্রকাশ কৰিছে। ই মুঠ ঘৰুৱা উৎপাদন জি ডি পিৰ প্ৰায় ২১ শতাংশ ৰপ্তানিৰ জৰিয়তে দেশে বৃহৎ পৰিমাণৰ বিদেশী মুদ্রা আহৰণ কৰিব পাৰে। সেই খণ্ডত প্রত্যক্ষ আৰু প্ৰৰোক্ষভাৱে ৪ কোটি ৫০ লাখতকৈ অধিক লোক জড়িত হৈ আছে। ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ এম এছ এম ইয়ে দেশৰ মুঠ ৰপ্তানিৰ প্ৰায় ৪৫ শতাংশ অৱদান আগবঢ়ায়। অর্থনৈতিক স্থিৰতা আৰু বিকাশ অব্যাহত ৰখাৰ ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।