উত্তৰাখন্ড

November 9, 2025 7:56 PM

views 39

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উত্তৰাখণ্ডৰ ডেৰাদুনত ৮১৪০ কোটিৰো অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ ডেৰাদুনত ৰাজ্যখনৰ প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে শ্রী মোদীয়ে ৮১৪০ কোটিৰো অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহ খোৱাপানী, জলসিঞ্চন, কাৰিকৰী শিক্ষা, শক্তি, নগৰ উন্নয়ন, ...

November 9, 2025 11:49 AM

views 46

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি উত্তৰাখণ্ডত ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উত্তৰাখণ্ডৰ ৰাজ্য গঠনৰ ৰূপালী জয়ন্তী উপলক্ষে আযোজিত এটা অনুষ্ঠান অংশগ্ৰহণ কৰাৰ উদ্দেশে আজি ডেৰাডুণলৈ যাব। ভ্রমণকালত প্রধানমন্ত্রীয়ে এটা স্মাৰক ডাক টিকট মুকলি কৰিব আৰু এখন সমাবেশত ভাষণ দিব। শ্রীমোদীয়ে লগতে ৯৩০ কোটিৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন কৰিব আৰু ৭২০০...

June 15, 2025 2:03 PM

views 46

উত্তৰাখণ্ডৰ কেদাৰনাথৰ গৌৰীকুণ্ড খাৰ্কৰ পাৰ্বত্য অঞ্চলত হেলিকপ্তাৰ ধ্বংসপ্রাপ্ত

উত্তৰাখণ্ডৰ কেদাৰনাথ এলেকাৰ গৌৰীকুণ্ড খাৰ্কৰ পাৰ্বত্য অঞ্চলত আজি পুৱা এখন হেলিকপ্তাৰ ধ্বংসপ্রাপ্ত হয়। এই দুৰ্ঘটনাত এজন পাইলট আৰু ছগৰাকী তীর্থযাত্রীসহ মুঠ ৭ গৰাকী লোকৰ মৃত্যু হয়। হেলিকপ্তাৰখন কেদাৰনাথৰ পৰা গুপ্তকাশী অভিমুখে আহি আছিল। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী বাহিনী ঘটনাস্থলীত উপস্থিত ...

April 27, 2025 8:05 PM

views 56

উত্তৰাখণ্ড চৰকাৰে চাৰিধাম তীর্থযাত্ৰাৰ বাবে পঞ্জীয়ন কৰা ৭৭ গৰাকী পাকিস্তানী নাগৰিকৰ পঞ্জীয়ন বাতিল কৰিছে

উত্তৰাখণ্ড চৰকাৰে হেমকুণ্ড চাহিব আৰু বাৰ্ষিক চাৰিধাম তীর্থযাত্ৰাৰ বাবে পঞ্জীয়ন কৰা ৭৭ গৰাকী পাকিস্তানী নাগৰিকৰ পঞ্জীয়ন বাতিল কৰিছে। পর্যটন আৰু সাংস্কৃতিক ৰাজ্যমন্ত্ৰী সৎপাল মহাৰাজে শীঘ্ৰে বলবৎ হোৱা এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে। তেওঁ কয় যে পৰ্যটন আৰু সন্ত্ৰাসবাদ সমান্তৰালকৈ আগবাঢ়িব নোৱাৰে। তেওঁ...

December 25, 2024 8:16 PM

views 44

উত্তৰাখণ্ডৰ নাইনিতাল জিলাৰ ভীমতালত বাছ দুৰ্ঘটনা হৈ ৪ জন লোক নিহত

উত্তৰাখণ্ডৰ নাইনিতাল জিলাৰ ভীমতালত আজি ৰাজ্যিক পৰিবহন নিগমৰ এখন যাত্রীবাহী বাছ দ' খাৱৈত বাগৰি পৰাৰ ফলত ৪ জন লোক নিহত হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বাছখনে পিথুৰাগড়ৰ পৰা হাল্ডৱানিলৈ ২৮ গৰাকী যাত্ৰীক কঢ়িয়াই নিছিল। আহত ২৪ গৰাকী যাত্ৰীক হাল্ডৱানিৰ শুশীলা তিৱাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে ২১ গ...

December 15, 2024 8:49 PM

views 47

উত্তৰাখণ্ডৰ ডেৰাদুনত  বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছ আৰু আৰোগ্য এক্সপ’ৰ দশম সংস্কৰণৰ সামৰণি

উত্তৰাখণ্ডৰ ডেৰাদুনত আজি বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছ আৰু আৰোগ্য এক্সপ'ৰ দশম সংস্কৰণৰ সামৰণি পৰে। এই অনুষ্ঠানত এইবাৰৰ সংস্কৰণত অভিলেখ সংখ্যক ১২ হাজাৰ প্ৰতিনিধিয়ে পঞ্জীয়ন কৰে। মুঠ ৫৪ খন দেশে ভাগ লোৱা এই অনুষ্ঠানত ৩০০ বিদেশী প্রতিনিধিয়ে অংশগ্রহণ কৰি এই অনুষ্ঠানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। উল্লেখযোগ্য যে...

December 8, 2024 5:47 PM

views 57

উত্তৰাখণ্ডত শীতকালীন চাৰধাম যাত্ৰা আৰম্ভ

বহু প্রত্যাশিত শীতকালীন চাৰধাম যাত্ৰা আজি উত্তৰাখণ্ডত আৰম্ভ হয়। এই চাৰধাম যাত্ৰাত ভক্তসকলক চাৰিখন পবিত্ৰ ধামৰ শীতকালীন বাসস্থান পৰিদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰা হ'ব। শীতকালত ভগৱান কেদাৰনাথৰ মূৰ্তি প্ৰতিষ্ঠাপিত ৰুদ্ৰপ্ৰয়াগ জিলাৰ উখিমঠৰ ঔমকাৰেশ্বৰ মন্দিৰত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিঙ ধামিয়ে আন...

November 12, 2024 8:22 AM

views 45

উত্তৰাখণ্ডৰ জনতাক ইগাছ উৎসৱ উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাংসদ অনিল বালুনিৰ নতুন দিল্লীত থকা বাসগৃহত কালি ইগাছ উৎসৱত ভাগ লয়। উল্লেখযোগ্য যে ইগাছ হৈছে উত্তৰাখণ্ডৰ পৰম্পৰাগত পোহৰৰ উৎসৱ। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে দেশৰ জনসাধাৰণ আৰু উত্তৰাখণ্ডৰ জনতাক এই উৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ...

August 4, 2024 6:00 PM

views 52

বৰ্তমানলৈকে ৪ লাখ ৯০ হাজাৰৰো অধিক তীর্থযাত্ৰীৰ পবিত্র অমৰনাথ গুহা দৰ্শন

বৰ্তমানলৈকে ৪ লাখ ৯০ হাজাৰৰো অধিক তীর্থযাত্ৰীয়ে পবিত্র অমৰনাথ গুহা দৰ্শন কৰিছে। আমাৰ সংবাদদাতাই জনাইছে যে, ১,১১২ গৰাকী তীর্থযাত্ৰীৰ ৩৮ সংখ্যক দলটো আজি ভগৱতী নগৰ যাত্ৰী নিৱাস মূল শিবিৰৰ পৰা ৰাওনা হয়। দলটোত ৯১০ গৰাকী পুৰুষ, ১৫৯ গৰাকী মহিলা, ৩১ গৰাকী সাধু আৰু ১২ গৰাকী সাধবী আছে। ইয়াৰ ভিতৰত ২৪০ গৰাকী...

July 21, 2024 6:50 PM

views 44

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত সংঘটিত ভূমিস্খলনত ৩ জন তীর্থযাত্ৰীৰ প্ৰাণহানি

উত্তৰাখণ্ডত ৰুদ্ৰপ্ৰয়াগ জিলাৰ কেদাৰনাথ যাত্ৰা পথত চিৰোৱাছাৰ সমীপত আজি পুৱা হোৱা ভূমিস্খলনৰ ঘটনাত ৩ জন তীর্থযাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে আৰু অন্য ৩ জন আহত হৈছে। যাত্ৰীকেইগৰাকী গৌৰীকুণ্ডৰ পৰা কেদাৰনাথলৈ গৈ থকা অৱস্থাত ভূমিস্খলনৰ বলি হয়। নিহতসকলৰ ভিতৰত দুজন মহাৰাষ্ট্ৰৰ আৰু এজন স্থানীয় বাসিন্দা বুলি কোৱ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।