December 14, 2025 9:04 PM December 14, 2025 9:04 PM
5
কেন্দ্রীয় বিত্ত ৰাজ্য মন্ত্রী পংকজ চৌধাৰী উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি হিচাপে নির্বাচিত
কেন্দ্রীয় বিত্ত ৰাজ্য মন্ত্রী তথা সাতবাৰকৈ সাংসদৰূপে নির্বাচিত হোৱা পংকজ চৌধাৰী উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি হিচাপে নির্বাচিত হৈছে। আজি লক্ষ্ণৌত কেন্দ্ৰীয় মন্ত্রী তথা বিজেপিৰ নিৰ্বাচনৰ দায়িত্বত থকা পীয়ুষ গোৱেলে এই কথা আনুষ্ঠানিকভাবে ঘোষণা কৰে। ৰাজ্যিক সভাপতিৰ লগতে বিজেপিয়ে উত্তৰ প্ৰদেশৰ পৰা ৰাষ্ট্ৰী...