খেল

December 20, 2024 12:12 PM

views 14

ভাৰতৰ ৰিছা ঘোষৰ মহিলা টি-২০ বিশ্বকাপত দ্ৰুততম অর্ধশতৰান সংগ্ৰহৰ নতুন বিশ্ব অভিলেখ

ভাৰতৰ ৰিছা ঘোষে মহিলা টি-২০ বিশ্বকাপত দ্ৰুততম অর্ধশতৰান সংগ্ৰহৰ নতুন বিশ্ব অভিলেখ স্থাপন কৰিছে। যোৱা নিশা মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত মহিলাৰ টি-টুৱেণ্টি শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ৰিছা ঘোষে ১৮টা বলত অর্ধশতৰান সংগ্ৰহ কৰে। কালিৰ খেলখনত ভাৰতে ৱেষ্টইণ্ডিজক ৬০ ...

December 20, 2024 11:55 AM

views 10

নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অহা বছৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ

নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অহা বছৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰা হ'ব। বিশ্ব পেৰা এথলেটিকছে কালি ঘোষণা কৰা মতে ভাৰতত প্ৰথমবাৰৰ বাবে এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। অহা বছৰৰ ২৬ ছেপ্তেম্বৰৰ পৰা ৫ অক্টোবৰলৈ এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। এয়া হ'ব প্ৰতিযোগিতাখনৰ দ্বাদশ সংস...

December 20, 2024 11:54 AM

views 13

হায়দৰাবাদত কাইলৈ বিজয় হাজাৰে ট্ৰফীৰ উদ্বোধনী মেচত নেখেল মহম্মদ ছামীয়ে

হায়দৰাবাদত কাইলৈ বংগ আৰু দিল্লীৰ মাজত হ’বলগীয়া বিজয় হাজাৰে ট্ৰফীৰ উদ্বোধনী মেচখনত মহম্মদ ছামীয়ে নেখেলে বুলি বংগ ক্রিকেট সংস্থাই কালি ঘোষণা কৰিছে। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত শেষবাৰৰ বাবে ভাৰতৰ হৈ খেলা ছামীয়ে শেহতীয়াকৈ এটা অস্ত্ৰোপচাৰ কৰোৱাবলগীয়া হৈছিল যদিও মধ্যপ্ৰদেশৰ বিৰুদ্ধে বংগৰ ৰঞ্জি ট্ৰফ...

December 19, 2024 8:59 PM

views 31

কাবাদী, খো-খো, মল্লযুঁজ, ফুটবল আদি খেলসমূহৰ প্ৰচাৰৰ অৰ্থে খেল’ ইণ্ডিয়াকে ধৰি সমগ্ৰ দেশতে বিভিন্ন আঁচনি প্ৰৱৰ্তন

কাবাদী, খো-খো, মল্লযুঁজ, ফুটবল আদি খেলসমূহৰ প্ৰচাৰৰ অৰ্থে খেল’ ইণ্ডিয়াকে ধৰি সমগ্ৰ দেশতে বিভিন্ন আঁচনি প্ৰৱৰ্তন কৰা হৈছে বুলি ক্রীড়া মন্ত্ৰ্যালয়ে আজি জানিবলৈ দিয়ে। ৰাজ্যসভাত এটা লিখিত উত্তৰত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই জনাই যে, খেল' ইণ্ডিয়া কাৰ্যসূচীৰ উপৰি ক...

December 19, 2024 5:32 PM

views 27

সন্ধিয়া ৭ বজাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেটৰ অন্তিমখন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজত অনুষ্ঠিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ অন্তিমখন খেল আজি নবী মুম্বাইৰ ডি ৱাই পাৰ্টিল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাত দুয়োটা দলেই এতিয়ালৈ একোখনকৈ খেলত জয়লাভ কৰিছে। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতে প্ৰথম খেলখন...

December 19, 2024 12:57 PM

views 28

আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ তৃতীয় স্থান অক্ষুন্ন

ব্ৰীছবেন টেষ্ট অমীমাংসিতভাৱে সমাপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ তৃতীয় স্থান অক্ষুন্ন আছে। দক্ষিণ আফ্রিকা পইণ্ট তালিকাৰ শীৰ্ষত আৰু অষ্ট্ৰেলিয়া দ্বিতীয় স্থানত আছে। দক্ষিণ আফ্ৰিকাৰ পাছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত দ্বিতীয়টো দলৰূপে ফাইনেলত প্ৰৱেশ কৰিবলৈ অষ্ট্ৰেলিয়...

December 19, 2024 12:40 PM

views 16

সন্তোষ ট্ৰফীৰ ৭৮ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত পশ্চিমবংগ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

পশ্চিমবংগই সন্তোষ ট্ৰফীৰ ৭৮ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কালি হায়দাবাদত দলটোৱে ৰাজস্থানক ২-০ গ'লত পৰাস্ত কৰে। ৰয়। ইপিনে, প্রতিযোগিতাৰ গ্ৰুপ-এৰ মণিপুৰ আৰু জম্মু আৰু কাশ্মীৰৰ মাজৰ এখন খেল ১-১৩ অমীমাংসিত হৈ প্রতিযোগিতাখনত তিনিখন খেলৰ পৰা বংগই ...

December 19, 2024 12:38 PM

views 17

৭৯ সংখ্যক পশ্চিম ভাৰত শ্লেম স্ক’ৱাশ প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত জেনেট বিধিৰ জয়

মুম্বাইত অনুষ্ঠিত ৭৯ সংখ্যক পশ্চিম ভাৰত শ্লেম স্ক'ৱাশ প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ভাৰতৰ প্রাক্তন ৰাষ্ট্ৰীয় চেম্পিয়ন জেনেট বিধিয়ে মালয়েচিয়াৰ ৱিনিকাশ্বেইনী কুলাছেগাৰানক ৩-০ ব্যৱধানত পৰাস্ত কৰিছে। বিধিয়ে আৰম্ভণিতে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'লেও তিনিও ৰাউণ্ডতে পোনপটীয়াকৈ জয়লাভ কৰে।

December 19, 2024 12:35 PM

views 29

আজি মুম্বাইত টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ অন্তিমখন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজত অনুষ্টিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ অন্তিমখন খেল আজি নৱী মুম্বাইৰ ডি ৱাই পাৰ্টিল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাত দুয়োটা দলেই এতিয়ালৈ একোখনকৈ খেলত জয়লাভ কৰিছে। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতে প্ৰথম খেলখন...

December 18, 2024 8:37 PM

views 25

বিজয় হাজাৰে ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ বাবে খেলুৱৈৰ নাম ঘোষণা অসম ক্রিকেট সন্থাৰ

অসম ক্রিকেট সন্থাই ২১ ডিচেম্বৰৰ পৰা ৰাজস্থানৰ জয়পুৰত হবলগীয়া বিজয় হাজাৰে ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ বাবে খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে। শিৱশংকৰ ৰয়ক অধিনায়ক আৰু সুমিত ঘাড়িগাওকাৰক উপ-অধিনায়ক হিচাপে বাছনি কৰা হৈছে। দলৰ বাকী সদস্যসকলৰ ভিতৰত পাৰভেজ মুশ্বাৰফ, ঋষভ দাস, স্বৰূপম পুৰকায়স্থ, ডেনিছ দাস, ছা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।