খেল

December 28, 2024 11:09 AM

views 33

কিংছ কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন অপেন প্রতিযোগিতাত লক্ষ্য সেনৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে চীনৰ চেনজেনত চলি থকা কিংছ কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন অপেন প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৰেংকিঙত দ্বাদশ স্থানপ্রাপ্ত খেলুৱৈগৰাকীয়ে কালি কোৱাৰ্টাৰ ফাইনেলত প্রতিদ্বন্দ্বী এংগছ এন জি কা লঙক ১০-২১, ২১-১৩, ২১-১৩ গেমত পৰাস্ত কৰে। এয়া হ'ল লঙৰ বিৰুদ্ধে চাৰিখন খেল...

December 27, 2024 7:13 PM

views 41

আই চি চি চেম্পিয়নশ্বিপ এদিনীয়া ক্রিকেটৰ অন্তিম খেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ভাৰতীয় মহিলা ক্রিকেট দলে আজি বডোদৰাত অনুষ্ঠিত আই চি চি চেম্পিয়নশ্বিপ এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজক ৫ উইকেটত পৰাস্ত কৰে। খেলখনত দিপ্তী শৰ্মাই বেটে বলে উজ্জীৱিত প্ৰদৰ্শনেৰে ৩-০ ফলাফলত শৃংখলা জয়ত বৰঙণি আগবঢ়ায়। খেলুৱৈগৰাকীয়ে ৬ টা উইকেট দখল কৰে আৰু ৩৯ ৰাণ কৰি আউট ন...

December 27, 2024 5:55 PM

views 13

মেলবর্নত টেষ্টৰ দ্বিতীয় দিনৰ সামৰণিত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত ৪৭৪ ৰান

মেলবর্নত অনুষ্ঠিত চতুর্থ টেষ্টৰ আজি দ্বিতীয় দিনাৰ সামৰণিত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ ৪৭৪ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে ৫ উইকেটৰ বিনিময়ত ১৬৪ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অপেনাৰ যশস্বী জয়ছোৱালে ৮২ ৰান সংগ্ৰহ কৰে। দিনান্তত ভাৰতৰ ঋষভ পণ্টে ৬ আৰু ৰবীন্দ্ৰ জাদেজাই ৪ ৰান কৰি খেলি আছে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই ক...

December 27, 2024 11:08 AM

views 10

চীনৰ শ্বেনবানত হ’বলগীয়া প্ৰথম কিং কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন অপেনত লক্ষ্যসেনৰ লগতে ৭গৰাকী শীৰ্ষ পৰ্যায়ৰ খেলুৱৈৰ অংশগ্ৰহণ

বিশ্বৰ দ্বাদশ বাছনিৰ ভাৰতীয় খেলুৱৈ লক্ষ্যসেনৰ লগতে আন ৭ গৰাকী শীৰ্ষ পৰ্যায়ৰ খেলুৱৈ চীনৰ শ্বেনবানত কাইলৈ আৰম্ভ হ’বলগীয়া প্ৰথম কিং কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন অপেন ২০২৪ত অংশ ল'ব। এই প্রতিযোগিতাত একক শাখাত মুঠ ৮ গৰাকী খেলুৱৈয়ে ভাগ ল'ব আৰু ভাৰতৰ লক্ষ্যসেন আজি কোৱাটাৰ ফাইনেলত হংকঙৰ এংগজ এনজিৰ বিৰুদ...

December 26, 2024 8:21 PM

views 13

বিজয় হাজাৰে ট্ৰফীত তৃতীয়খন গ্ৰুপৰ খেলত অসমক গুজৰাটৰ ৮ উইকেটত পৰাস্ত

জয়পুৰত অনুষ্ঠিত বিজয় হাজাৰে ট্ৰফী ৰাষ্ট্ৰীয় এদিনীয়া প্ৰতিযোগিতাৰ নিজৰ তৃতীয়খন গ্ৰুপৰ খেলত অসমক গুজৰাটৰ ৮ উইকেটত পৰাস্ত কৰিছে। প্ৰথমে বেট ধৰি অসমে গুজৰাটক জয়ৰ বাবে ৭৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। প্ৰত্যুত্তৰত গুজৰাটে ৯ অভাৰ ৫টা বলত দুটা উইকেট হেৰুৱাই ৭৮ ৰান কৰে ।

December 26, 2024 6:57 PM

views 11

ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ৩১১ ৰান সংগ্ৰহ

মেলবর্ণত অনুষ্ঠিত ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলৰ আজি প্রথমদিনা অষ্ট্ৰেলিয়াই দিনান্তত ৬ উইকেটৰ বিনিময়ত ৩১১ ৰান সংগ্ৰহ কৰে। আজি অষ্ট্ৰেলিয়াই টচত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয় আৰু লাবুচেঙৰ ৭২, চেম কনষ্টাছৰ ৬০, ওচমান খোৱাজাৰ ৫৭ আৰু ষ্টিভেন স্মিথৰ অপৰাজিত ৬৮ ৰানৰ সহায...

December 25, 2024 12:13 PM

views 16

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আই চি চি মহিলা ক্রিকেট প্রতিযোগিতাৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত ১১৫ ৰাণৰ ব্যৱধানত ভাৰতৰ জয়লাভ

ভাৰতে কালি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আই চি চি মহিলা ক্রিকেট প্রতিযোগিতাৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত ১১৫ ৰাণৰ ব্যৱধানত জয়লাভ কৰিছে। ভাৰতীয় দলটোৱে নিৰ্ধাৰিত অভাৰত পাঁচটা উইকেট হেৰুৱাই ৩৫৮ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৰলীন দেউলে সৰ্বাধিক ১১৫, প্রতীকা ৰাৱালে ৭৬ আৰু স্মৃতি মান্ধানাই ৫৩ ৰাণৰ বৰঙ...

December 25, 2024 12:03 PM

views 22

আই চি চিৰ ২০২৫ বৰ্ষৰ পুৰুষৰ চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা

আন্তৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আই চি চিয়ে ২০২৫ বৰ্ষৰ পুৰুষৰ চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা কৰিছে অহা বছৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ এই প্ৰতিযোগিতা পাকিস্তান আৰু নিৰপেক্ষ স্থান ইউ এ ইত অনুষ্ঠিত হ'ব। যোৱাবাৰৰ চেম্পিয়ন পাকিস্তানে ১৯৯৬ চনৰ পাছৰে পৰা এইবাৰ প্ৰথমবাৰৰ বাবে আন্তৰাষ্ট্ৰীয় ক্রিকেট প্রতিযোগিত...

December 24, 2024 9:11 PM

views 13

অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ ২০২৫ বৰ্ষৰ পুৰুষৰ চেম্পিয়নছ ট্ৰফী

আন্তৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আই চি চিয়ে ২০২৫ বৰ্ষৰ পুৰুষৰ চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা কৰিছে। অহা বছৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ এই প্ৰতিযোগিতা পাকিস্তান আৰু নিৰপেক্ষ স্থান ইউ এ ইত অনুষ্ঠিত হ'ব। যোৱাবাৰৰ চেম্পিয়ন পাকিস্তানে ১৯৯৬ চনৰ পাছৰে পৰা এইবাৰ প্ৰথমবাৰৰ বাবে আন্তৰাষ্ট্ৰীয় ক্রিকেট প্ৰতিযোগি...

December 24, 2024 8:17 PM

views 10

৭৪সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপৰ বাবে অসম দল ঘোষণা

অহা ৫ জানুৱাৰীৰ পৰা হ'বলগীয়া ৭৪ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবৰ বাবে অসমৰ দল ঘোষণা কৰিছে। অসম বাস্কেট বল সন্থাই ঘোষণা কৰা ল'ৰাৰ দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে বীৰেন্দৰ সিং আৰু পৰিচালক হিচাপে অনুপ কুমাৰ চাহুৰ নাম বাছনি কৰিছে। আনহাতে, ছোৱালী দলটোৰ মুখ্য প্ৰশিক্ষক হিচা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।