খেল

January 2, 2025 10:12 AM

views 33

২০২৪-২৫ বৰ্ষৰ হকী ইণ্ডিয়া লীগত ছাৰাছী ৰাঢ় বেংগল টাইগাৰ্ছৰ গণাশিকা দলক ২-১ৰ ব্যৱধানত পৰাস্ত

ওড়িশাৰ ৰুৰকেলাৰ বীৰছা মুণ্ডা হকী ষ্টেডিয়ামত চলি থকা ২০২৪-২৫ বৰ্ষৰ হকী ইণ্ডিয়া লীগত দ্বিতীয়খন খেলত ছাৰাছী ৰাঢ় বেংগল টাইগাৰ্ছে গণাশিকা দলক ২-১ৰ ব্যৱধানত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰলৈ বিজয় সাব্যস্ত কৰে।

January 2, 2025 10:10 AM

views 34

আই এছ এল ফুটবল প্রতিযোগিতাত মোহন বাগান ছুপাৰ জায়েণ্ট হায়দাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মোহন বাগান ছুপাৰ জায়েণ্ট আজি বিবেকানন্দ যুৱভাৰতী ক্রীড়াঙ্গনত হ'বলগীয়া আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত হায়দাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মোহন বাগান ছুপাৰ জায়েণ্টে বৰ্তমানলৈ ১৩খন খেলৰ পৰা ২৯ পইণ্ট লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে। হায়দাবাদ এফ চিয়ে ১৩খন খেলৰ পৰা মাত্র ৮ পইণ...

January 1, 2025 3:42 PM

views 18

৩৩ সংখ্যক ৰাষ্ট্ৰীয় ফুটবলত কেৰালাক পৰাস্ত কৰি বংগৰ চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন

সন্তোষ ট্রফীৰ ফাইনেলত বংগই কেৰালাক ১-০ গলৰ ব্যৱধানত পৰাস্ত কৰি ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। হায়দৰাবাদৰ গাচিবৌলি ষ্টেডিয়ামত কালি অনুষ্ঠিত ফাইনেল খেলখনত বংগৰ ৰবি হান্সদাই অতিৰিক্ত সময়ত দিয়া একমাত্র গলটোৰে দলৰ বিজয় নিশ্চিত কৰে। খেলখনৰ ৯৪ মিনিটত হান্সদাই এই বিজয়সূচক গলটো দ...

December 31, 2024 1:39 PM

views 23

শিৱসাগৰ মুকলি টেনিছ প্রতিযোগিতাত আৰাইনা টি আহমেদ আৰু নিব্ৰাজ কে হুছেইনে খিতাপ অর্জন

শিৱসাগৰ টেনিছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত শিৱসাগৰ মুকলি টেনিছ প্রতিযোগিতাত আৰাইনা টি আহমেদ আৰু নিব্ৰাজ কে হুছেইনে খিতাপ অর্জন কৰিছে। ছোৱালীৰ ১২ আৰু ১৪ বছৰ অনুৰ্দ্ধৰ ফাইনেলত শিৱসাগৰৰ আৰাইনাই গোলাঘাটৰ দিবান্ধতী তামুলীক হৰুৱাই খিতাপ দখল কৰে। ১৪ বছৰ অনুৰ্ধৰ ছিংগলছৰ ফাইনেলত শিৱসাগৰৰ নিৱাছে গুৱাহাটীৰ চন্দ্ৰশে...

December 30, 2024 6:28 PM

views 7

মেলবর্ণত অনুষ্ঠিত টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ১৮৪ ৰানৰ ব্যৱধানত জয়লাভ

মেলবর্ণত অনুষ্ঠিত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টত অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে ১৮৪ ৰানৰ ব্যৱধানত জয়লাভ কৰিছে। আজি পঞ্চম দিনা ভাৰতৰ দলটোৱে ৩৪০ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৫৫ ৰানতেই ইনিংছ সামৰিবলগীয়া হয়। দলটোৰ হৈ য়শস্বী জয়ছোৱালে ৮৪ ৰানৰ বৰঙণি আগবঢ়ায় যদিও আন খেলুৱৈসক...

December 30, 2024 6:24 PM

views 11

নৱম ৰাষ্ট্ৰীয় লন বল প্ৰতিযোগিতাত নয়নমণি শ‍ইকীয়াই সোণৰ পদক অৰ্জন

সম্প্ৰতি চলি থকা নৱম ৰাষ্ট্ৰীয় লন বল প্ৰতিযোগিতা আৰু পঞ্চম ২৫ বছৰ অনুদ্ধ প্ৰতিযোগিতাত অসমৰ খেলুৱৈসকলে উৎকৃষ্ট প্রদর্শন আগবঢ়াইছে। প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাত নয়নমণি শ‍ইকীয়াই সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে পুৰুষৰ দ্বৈত শাখাত বিমান নাথ আৰু বিশ্বজিৎ খাউণ্ডে ব্ৰঞ্জৰ পদক লাভ কৰিছে। পুৰুষৰ ত্ৰিপল শাখ...

December 29, 2024 8:43 PM

views 12

চত্তিশগড়ত আয়োজিত বাষ্টাৰ অলিম্পিকত ১ লাখ ৬০ হাজাৰতকৈও অধিক খেলুৱৈৰ অংশগ্ৰহণ

এসময়ত মাওবাদী অধ্যুষিত এলেকা হিচাপে জনাজাত চত্তিশগড়ৰ বাষ্টাৰত আয়োজিত অলিম্পিকত বাষ্টাৰ খণ্ডৰ সাতোখন জিলাৰ ১ লাখ ৬০ হাজাৰতকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এই খেলুৱৈসকলে বিভিন্ন শিতানত প্ৰতিভা প্ৰদৰ্শন কৰিছে। যোৱা ১৫ ডিচেম্বৰত জগদলপুৰত বাষ্টাৰ অলিম্পিকৰ সামৰণি পৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বা...

December 29, 2024 6:45 PM

views 13

মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ৪৬ সংখ্যক জুনিয়ৰ-ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ সামৰণি

মৰিগাঁও জিলাত তিনিদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ৪৬ সংখ্যক জুনিয়ৰ-ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ আজি সামৰণি পৰে। ৰাজ্যৰ ১৩০০ৰো অধিক এথলীটে অংশগ্ৰহণ কৰা প্রতিযোগিতাখনত ডিব্ৰুগড় জিলাই শ্রেষ্ঠ দল, অসম পুলিচে দ্বিতীয় শ্ৰেষ্ঠ দল আৰু শিৱসাগৰ জিলাই তৃতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে। সামৰণি অনুষ্ঠান...

December 29, 2024 12:38 PM

views 13

দবা চেম্পিয়ন ডি গুকেশে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

দবা চেম্পিয়ন ডি গুকেশে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। এই সাক্ষাত্ৰ পাছত প্ৰধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যম যোগে গুকেশৰ একাগ্ৰতা আৰু নিস্থাৰ শলাগ লৈ কয়, ে খেলুৱৈগৰাকীৰ আত্মবিশ্বাস সঁচাকৈ প্ৰেৰণাদায়ক । তেওঁ কয়, যে গুকেশে নিজা প্ৰচেষ্টাৰ বাবেই সবাতোকৈ কম বয়সৰ বিশ্ব চেম্পিয়নৰ খিত...

December 28, 2024 11:13 AM

views 34

আই এছ এলৰ কালি মহম্মেদান স্পর্টিং ক্লাব আৰু ওড়িশা এফ চিৰ খেলখন গলশূন্যভাবে সমাপ্ত

আই এছ এল ফুটবল প্রতিযোগিতাত যোৱা নিশা কলকাতাৰ কিশোৰ ভাৰতী ষ্টেডিয়ামত মহম্মেদান স্পর্টিং ক্লাব আৰু ওড়িশা এফ চিৰ মাজত অনুষ্ঠিত খেলখন গলশূন্যভাবে সমাপ্ত হয়। প্রতিযোগিতাত আজি ইষ্ট বেংগল এফ চি হায়দাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দিনটোৰ দ্বিতীয়খন খেলত চ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।