January 5, 2025 8:50 PM
37
ইণ্ডিয়ান চুপাৰ লীগ ফুটবল প্রতিযোগিতাত পাঞ্জাৱ এফ চি- কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি
ইণ্ডিয়ান চুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ আজি নতুন দিল্লীৰ জৱাহৰলাল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাৱ এফ চি- কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি হৈছে। প্ৰতিযোগিতাৰ লীগ পৰ্যায়ত এতিয়ালৈকে দুয়োটা দল ৩ বাৰকৈ মুখামুখি হৈছে। ইয়াৰ ভিতৰত পাঞ্জাৱ এফ চিয়ে দুখনত আৰু কেৰালা ব্লাষ্টাৰ্ছে এখনত জয়লাভ কৰে। প...