খেল

January 9, 2025 5:04 PM

views 18

আকাশবাণী গুৱাহাটীৰ অংশকালীন সংবাদদাতা পদৰ বাবে আবেদনৰ সময়সীমা কাইলৈ অন্তিম দিন

আকাশবাণী গুৱাহাটী কেন্দ্রত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ আবেদনৰ সময়সীমা কাইলৈ উকলি যাব। আগ্রহী প্রার্থীয়ে The Head of Office, Akashvani, Guwahati, Guwahati - 781003 এই ঠিকনাত কাইলৈৰ ভিতৰত আবেদন পত্ৰ ...

January 9, 2025 5:00 PM

views 32

৫০ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় কাবাডী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ ছোৱালীৰ খেলত দিল্লীক পৰাজিত অসম দলৰ

উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত ৫০ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় কাবাড়ী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ ছোৱালীৰ খেলত অসম দলে দিল্লীক পৰাজিত কৰিছে। অসমে ৪৪-২৪ ব্যৱধানত দলটোক পৰাজিত কৰে। অসম কাবাড়ী সন্থাই এই বিষয়ে প্ৰকাশ কৰিছে।

January 8, 2025 8:45 PM

views 23

মালয়েছিয়া অ’পেন বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ এইছ এছ প্রণয়

ভাৰতৰ এইছ এছ প্রণয়ে কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি এখন বর্ষাবিঘ্নিত খেলত কানাডাৰ ব্ৰায়ন য়াঙক ২১–১২, ১৭– ২১, ২১-১৫ গেমত পৰাস্ত কৰে। প্ৰণয়ে কাইলৈ প্রি-কোৱাৰ্টাৰ ফাইনেলত চীনৰ শ্বি ফেং লীৰ বিৰুদ্ধ...

January 8, 2025 1:51 PM

views 24

হকী ইণ্ডিয়া লীগ এইচ আই এলত আজি ইউ পি ৰুদ্ৰাছ হায়দৰাবাদ টুফানছৰ বিৰুদ্ধে অৱতীৰ্ণ

হকী ইণ্ডিয়া লীগ এইচ আই এলত যোৱা নিশা ৰৌৰকেলাৰ বীৰছা মুণ্ডা হকী ষ্টেডিয়ামত বেদান্ত কলিংগা লেন্সাৰচে শাচি ৰাৰহ বেংগল টাইগাছক ৬-০ গ'লত পৰাস্ত কৰে। লেন্সাৰ্ছৰ হৈ থিয়ৰী ব্ৰিংকমেনে প্রথম তিনি মিনিটত এটা আৰু ৪৭ মিনিটত আন এটা গ'ল দিয়ে। টেবুল টপাৰ দল হোৱাৰ পিছতো বেংগল টাইগাৰছে লেন্সাৰৰ সৈতে মোকাবিলা কৰিব...

January 8, 2025 1:32 PM

views 15

আজিৰে পৰা গোলাঘাট অ’পেন সদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ প্রতিযোগিতা

অসম টেনিছ সন্থাৰ তত্বাৱধানত গোলাঘাট টেনিছ ক্লাৱে আয়োজন কৰা গোলাঘাট অ'পেন সদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ প্রতিযোগিতাখন আজি আৰম্ভ হ'ব। ল'ৰাৰ ছিংগলছত ক্ৰমে ১০, ১২, ১৪ আৰু ১৮ বছৰ অনুৰ্দ্ধৰ লগতে ছোৱালীৰ ছিংগলছত ক্ৰমে ১০, ১৪ আৰু ১৮ বছৰ অনুৰ্দ্ধৰ ইভেণ্টত প্ৰতিযোগিতাৰ খেলসমূহ অহা ১২ জানুৱাৰীলৈ গোলাঘাট টেনিছ ...

January 8, 2025 1:30 PM

views 15

নতুন দিল্লীত ১৩ পৰা ১৯ জানুৱাৰীলৈ খো খো বিশ্বকাপ ২০২৫

খো খো বিশ্বকাপ ২০২৫, ১৩ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত,অনুষ্ঠিত হ'ব । ভাৰতীয় অলিম্পিক সন্থাৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া খো খো প্রতিযোগিতাৰ উদ্বোধনী সংস্কৰণত ২০ টা পুৰুষৰ দল আৰু ১৯টা মহিলাৰ দলে প্রতিদ্বন্দ্বিতা কৰিব। পুৰুষ আৰু মহিলা উভয় শাখাৰ বাবে গ্ৰুপ পৰ্...

January 6, 2025 7:27 PM

views 20

আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাৰ বাবে ভাৰতৰ ১৫জনীয়া মহিলা ক্রিকেট দল ঘোষণা

অহা ১০ জানুৱাৰীৰ পৰা আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ড-বিচিচিআইয়ে ১৫ জনীয়া ভাৰতীয় মহিলা ক্রিকেট দলটো ঘোষণা কৰিছে। অধিনায়ক হৰমন প্রীত কৌৰ আৰু প্ৰধান পেচ ব'লাৰ ৰেণুকা সিঙক এই শৃংখলাত জিৰণি দিয়া হৈছে। তাৰ পৰিৱ...

January 6, 2025 6:18 PM

views 10

ইংলেণ্ডৰ বার্মিংহামত ব্ৰিটিছ জুনিয়ৰ অ’পেন স্কোৱছ প্রতিযোগিতাত আনাহত সিঙৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ আনাহত সিঙে ইংলেণ্ডৰ বার্মিংহামত অনুষ্ঠিত ব্ৰিটিছ জুনিয়ৰ অ'পেন স্কোৱছ প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কালি ১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক খিতাপৰ ছেমি ফাইনেলত আনাহত সিঙে ইজিপ্তৰ ৰুকায়া চেলেমক ৩-১ ফলাফলত পৰাস্ত কৰে। ফাইনেলত আনাহত ইজিপ্তৰ মালিকা এল কাৰাক্সীৰ মুখামুখি হ'ব। ছেমি ফাইনেলত মালিকা এল ক...

January 6, 2025 12:23 PM

views 7

ইংলেণ্ডৰ বার্মিংহামত অনুষ্ঠিত ব্ৰিটিছ জুনিয়ৰ অ’পেন স্কোৱছ প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতৰ আনাহত সিং

ভাৰতৰ আনাহত সিঙে ইংলেণ্ডৰ বার্মিংহামত অনুষ্ঠিত ব্ৰিটিছ জুনিয়ৰ অ'পেন স্কোৱছ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ কালি ১৭ বছৰ অনূৰ্ধ্বৰ ছোৱালীৰ একক খিতাপৰ ছেমি ফাইনেলত আনাহত সিঙে ইজিপ্তৰ ৰুকায়া চেলেমক ৩-১ ফলাফলত পৰাস্ত কৰে। ফাইনেলত আনাহত ইজিপ্তৰ মালিকা এল কাৰাক্সীৰ মুখামুখি হ'ব। ছেমিফাইনেলত মালিকা এল ...

January 6, 2025 12:17 PM

views 9

৬৭সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতীয় সেনাৰ বৰুণ টোমাৰৰ সোণৰ পদক

৬৭সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতীয় সেনাৰ বৰুণ টোমাৰে সোণৰ পদক লাভ কৰিছে। কালি নতুন দিল্লীৰ ডাঃ কর্ণী সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত তেওঁ এই পদক লাভ কৰে। বৰুণ টোমাৰৰ সতীৰ্থ প্ৰধ্যুম সিঙে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে ৰাজস্থানৰ আকাশ ভৰদ্বাজে ব্ৰঞ্জৰ পদক ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।