January 14, 2025 2:22 PM
22
ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিশা ক্ৰাষ্টৰ যুটীৰ ইণ্ডিয়া অপেন ছুপাৰ ছেভেন ফিফ্টি বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি-কোৱাটাৰ ফাইনেলত প্ৰৱেশ
ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিশা ক্ৰাষ্টৰ যুটীয়ে আজি ইণ্ডিয়া অপেন ছুপাৰ ছেভেন ফিফ্টি বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি-কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰিছে। যুটীটোৱে মিক্স ডাবলছ ৰাউণ্ড অৱ থাৰ্টি টুত টাইৱানৰ যুটী শ্বু য়া চিং আৰু চেন চেং কোৱানক ৮-২১, ২১-১৯, ২১-১৭ ৰ ব্যৱধানত পৰাস্ত কৰে। যোৱা বছৰ পেৰিচ অলিম্পিকৰ পাছত...