খেল

February 2, 2025 8:45 PM

views 27

১৯ বছৰ অনুৰ্ধ আইচিচি মহিলাৰ টী-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতীয় দলৰ বিজয়ী খিতাপ দখল

ভাৰতে ১৯ বছৰ অনুৰ্ধ আই চি চি মহিলাৰ টী-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বিজয়ীৰ খিতাপ দখল কৰিছে। মালয়েছিয়াৰ কোৱালালামপুৰৰ বায়ুয়েমাছ অ’ভেল ষ্টেডিয়ামত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতে দক্ষিণ আফ্রিকাক ৯ উইকেটত পৰাস্ত কৰে। ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে। প্ৰথমে বেট ধৰি দক্ষি...

February 2, 2025 12:29 PM

views 9

মুম্বাইৰ ৱাখেড়ে ষ্টেডিয়ামত ভাৰত আৰু ইংলণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি মুম্বাইৰ ৱাখেড়ে ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ভাৰতে ইতিমধ্যে ৩-১ ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰে যদিও ইংলেণ্ডে তৃতীয়খন খেলত বিজয় সাব্যস্ত কৰি শৃংখলাত প্ৰত্য...

February 2, 2025 11:33 AM

views 17

উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ ১২ টা পদক লাভ

অসমে উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত বৰ্তমানলৈকে ১২ টা পদক লাভ কৰিছে। অসমে কালি ৩টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰে ভিতৰত অসমে সাঁতোৰত দুটা, ভাৰোত্তলনত আৰু উদ্ভুত একোটাকৈ পদক অৰ্জন কৰে। বিক্ৰম চাংমাই পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাইত ৰূপৰ পদক লাভ কৰে আৰু মহিলাৰ একেটা শিতানত আস্থা ...

February 1, 2025 6:19 PM

views 12

ইউৰোপীয় আউটড’ৰ চেম্পিয়নশ্বিপৰ ৬০ মিটাৰ হাৰ্ডলছত ভাৰতৰ তেজছ শ্বিৰ্ছেৰ ৰূপৰ পদক

ইউৰোপীয় আউটড'ৰ চেম্পিয়নশ্বিপত যোৱা নিশা ফ্ৰান্সৰ মিটিং মিৰামাছ মেট্ৰ'পলত অনুষ্ঠিত পুৰুষৰ ৬০ মিটাৰ হাৰ্ডলছত ভাৰতৰ তেজছ শ্বিৰ্ছেই ৰূপৰ পদক লাভ কৰে। ইয়াৰ উপৰিও তেওঁ ৭.৬৪ ছেকেণ্ডৰ সময়েৰে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয় আৰু নিজৰ পূৰ্বৰ শ্ৰেষ্ঠ ৭.৬৫ ছেকেণ্ড সময় ভংগ কৰে। স্পেইনৰ এনৰিকে ল'পিছে...

February 1, 2025 12:17 PM

views 5

ভাৰত-ইংলেণ্ডৰ টি-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত ১৫ ৰানত জয় ভাৰতৰ

পুণেত অনুষ্ঠিত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত কালি ভাৰতে ইংলেণ্ডক ১৫ ৰানত পৰাস্ত কৰে। ভাৰত সম্প্ৰতি শৃংখলাত ৩-১ ব্যৱধানত আগবাঢ়ি আছে। ইংলেণ্ডে ১৮২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬৬ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ ৰবি বিষ্ণয় আৰু হৰ্ষিত ৰাণাই ...

February 1, 2025 12:16 PM

views 23

ৰাষ্ট্ৰীয় ক্রীড়াত মণিপুৰৰ ভাৰোত্তোলক বিন্দিয়াৰাণী দেৱীৰ ৰাষ্ট্ৰীয় অভিলেখ

উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে সাঁতোৰ, ৰাগবি, চাইক্লিং, ভাৰোত্তোলন, শ্বুটিং আদি বিভিন্ন খেলত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সমৰ্থ হৈছে। ভাৰোত্তোলনৰ মহিলাৰ ৫৫ কিলোগ্রাম শাখাত মণিপুৰৰ বিন্দিয়াৰাণী দেৱীয়ে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সম...

February 1, 2025 12:13 PM

views 10

হকী ইণ্ডিয়া লীগৰ ফাইনেলত আজি হায়দৰাবাদ টুফানছ বনাম শ্ৰাচী ৰাড় বেংগল টাইগাৰ্ছ

হকী ইণ্ডিয়া লীগৰ এখন ছেমি ফাইনেলত কালি সন্ধিয়া ৰুৰকেলাৰ বীৰছা মুণ্ডা হকী ষ্টেডিয়ামত হায়দৰাবাদ টুফানছে জে এছ ডব্লিউ ছুৰমা হকী ক্লাবক ৩-১ গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। হায়দৰাবাদ টুফানছৰ হৈ অমনদীপ লাকা, জেকব এণ্ডাৰছন আৰু নীলকান্ত শৰ্মাই গ'ল দিয়াৰ বিপৰীতে জেৰেমি হেৱাৰ্ডে ছুৰ্মাৰ হৈ একমাত্ৰ...

January 31, 2025 8:22 PM

views 20

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ কেইবাটাও পদক অৰ্জন

উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ খেলুৱৈসকলে কেইবাটাও পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি ভাৰোত্তোলনত ৬৭ কিলোগ্রাম শাখাত সিদ্ধান্ত গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। মহিলাৰ সাঁতোৰত ৮০০ মিটাৰ ফ্ৰী ষ্টাইল শাখাত শুৱনশিনি প্রীয়দর্শীনিয়ে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। উল্ল...

January 31, 2025 3:22 PM

views 17

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত ছত্তীশগড়ৰ বিজয় কুমাৰে ভাৰোত্তোলনৰ ক্লীন এণ্ড জাৰ্কৰ ৫৫ কিলোগ্রাম শাখাত ১৪৩ কিলোগ্রাম ভাৰ উত্তোলন কৰি ৰাষ্ট্ৰীয় অভিলেখ

উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত ছত্তীশগড়ৰ বিজয় কুমাৰে ভাৰোত্তোলনৰ ক্লীন এণ্ড জাৰ্কৰ ৫৫ কিলোগ্রাম শাখাত ১৪৩ কিলোগ্রাম ভাৰ উত্তোলন কৰি ৰাষ্ট্ৰীয় অভিলেখ স্পৰ্শ কৰিছে। অসমে কালি উশ্বৰ জৰিয়তে এইবাৰৰ ৰাষ্ট্ৰীয় ক্রীড়াত প্ৰথমটো পদক অৰ্জন কৰে। ছানমা ব্ৰহ্মই উৰ পুৰুষৰ ট...

January 31, 2025 11:18 AM

views 17

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত টাইজিকোৱন শাখাত অসম দলৰ ছানমা ব্ৰহ্মৰ ৰূপৰ পদক লাভ

উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ ফুটবল দলে জয়ৰে অভিযান আৰম্ভ কৰিছে। অসমে কালি গ্ৰুপ পৰ্যায়ৰ এখন খেলত শক্তিশালী গোৱাক ৩-২ গ'লত পৰাস্ত কৰে। অসমে কালি উশ্বৰ জৰিয়তে এইবাৰৰ ৰাষ্ট্ৰীয় ক্রীড়াত প্ৰথমটো পদক অৰ্জন কৰে। ছানমা ব্ৰহ্মই উন্মুৰ পুৰুষৰ টাইজিকোৱন শাখাত অসম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।